২৩ জুলাই- আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
আজি হ'ল ২৩ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২০৪ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৬৭ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোন-

☯️আজি মহ (mosquito) দিৱস।
☯️আজি অগ্ৰণী অন্বেষক (pioneer) দিৱস।
☯️আজিৰ দিনটোতেই ফৰ্ড কোম্পানীৰ প্ৰথমখন গাড়ী বিক্ৰী হৈছিল ।(১৯০৩)
☯️আজিৰ দিনটোতেই অট'মানসকলে দ্বিতীয়খন সংবিধান গ্ৰহণ কৰিছিল।(১৯০৮)
☯️আজিৰ দিনটোতেই চীনৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠা হৈছিল। (১৯২১)
☯️আজিৰ দিনটোতেই ভাৰতীয় প্ৰসাৰণ কোম্পানীৰ প্ৰথমটো কেন্দ্ৰ বম্বেত স্হাপন কৰা হৈছিল।(১৯২৭)
☯️আজিৰ দিনটোতেই আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমটো পৃথিৱী কেন্দ্ৰিক কৃত্ৰিম উপগ্ৰহ লেণ্ডছেট উৎক্ষেপণ কৰিছিল।(১৯৭২)
☯️আজিৰ দিনটোতেই দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ পৰা INSAT-2B ৰ সফল উৎক্ষেপণ হৈছিল। (১৯৯৩)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)