২৭ জুলাই- আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
  • ১৯২১ - ড॰ ফ্ৰেডেৰিক বেণ্টিং আৰু তেওঁৰ সহযোগী চাৰ্লচ বেষ্টৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ইনছুলিন হ’ৰ’মন পৃথক্কৰণ সম্ভৱ হৈছিল।
  • ১৯৩৯ - কেন্দ্ৰীয় পুলিচ বাহিনী প্ৰতিষ্ঠা কৰা হয়।
  • ২০০০ - অসমৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত ৩৭ বৰ্গ কিঃমিঃ জুৰি থকা সংৰক্ষিত এটা অঞ্চলক নামবৰ অভয়াৰণ্য নামেৰে ঘোষণা কৰা হয়।
  • ২০০৫ - মুম্বাইত একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাইৰ ভয়াবহ বানপানীত ৪৫০জন লোকৰ মৃত্যু হয়।
  • ২০০৫ - মুম্বাই উপকূলৰ পৰা ১৬০ কিঃমিঃ আঁতৰত আৰব সাগৰত অৱস্থিত অ' এন জি চিৰ সামুদ্ৰিক তৈল ক্ষেত্ৰত বম্বে হাই প্লেটফৰ্মত আন এখন সহায়ক জাহাজে খুন্দা মৰাৰ ফলত প্লেটফৰ্মত জুই লাগে। এই অগ্নিকাণ্ডৰ ফলত ১২জন লোকৰ মৃত্যু হয় আৰু ৩২ হাজাৰ কোটি টকাৰ লোকচান হয়।
  • ২০০৯ - ছৈয়দ ছিবেট ৰাজিয়ে অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
  • ২০১১ - মৰক্কোত হোৱা এক ভয়াবহ বিমান দুৰ্ঘটনাত ৭৮জন লোকৰ মৃত্যু হয়।
  • ২০১২ - অমৰনাথলৈ যাত্ৰা কৰোঁতে ১৬জন লোকৰ মৃত্যু হয়।
  • ২০১২ - লণ্ডনত অলিম্পিকখেল আৰম্ভ হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)