মৃত্যু এতিয়া সহজ-প্ৰিয়াংগী বৰুৱা বৰঠাকুৰ

উঃ কি যে সময় ...
কেৱল হুমুনিয়াহ আৰু হুমুনিয়াহ
অশ্ৰুবন্যা ...
যন্ত্ৰণাৰ অভিশাপে যেন খামুচি ধৰিছে,
চৌপাশে।
মৃত্যু উপত্যকাত এতিয়া নিৰন্তৰ কিৰিলি!
জীৱশ্ৰেষ্ঠৰ হেজাৰ অৱতাৰে কৰিছে,
মাতাল পৃথিৱী।

Post a Comment

Previous Post Next Post