Homeকবিতা মৃত্যু এতিয়া সহজ-প্ৰিয়াংগী বৰুৱা বৰঠাকুৰ July 29, 2021 0 উঃ কি যে সময় ...কেৱল হুমুনিয়াহ আৰু হুমুনিয়াহঅশ্ৰুবন্যা ...যন্ত্ৰণাৰ অভিশাপে যেন খামুচি ধৰিছে,চৌপাশে।মৃত্যু উপত্যকাত এতিয়া নিৰন্তৰ কিৰিলি!জীৱশ্ৰেষ্ঠৰ হেজাৰ অৱতাৰে কৰিছে,মাতাল পৃথিৱী। Tags: কবিতা প্ৰিয়াংগী বৰুৱা বৰঠাকুৰ