১.পদাৰ্থ বিজ্ঞানত প্ৰথম নোবেল বঁটা পোৱা বিজ্ঞানীজনৰ নাম কি?
উঃ উইলহেম বণ্টজেন।
২.ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি?
উঃ ফ্ৰিয়ন।
৩.আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি?
উঃ পুটোনিয়াম।
৪.বৰ্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎ ক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে?
উঃ নাইট্ট'জেন অক্সাইড।
৫.মহাকাশত কোনো বস্তুুৰ ওজন কিমান?
উঃ শূন্য।
৬.মহাকাশ বিজ্ঞান প্ৰতিষ্ঠান 'নাছাৰ' সম্পূৰ্ণ নাম কি?
উঃ নেচনেল এৰোনেটিক স্পেচ এচমিনিস্টেচন।
৭.কোনবিধ উদ্ভিদৰ মূল ,কাণ্ড আৰু শিপা নাই?
উঃ ৰাফ্লেছিয়া।
৮.বিশ্বত সৰ্বাধিক পৰিমাণে ব্যৱহাৰ হোৱা পাচলি বিধ কি?
উঃ পিয়াজ।
৯.উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰটোৰ নাম কি?
উঃ আৰ্ক ইণ্ডিকেটৰ ।
১০.আটাইতকৈ বিষাক্ত কাঠফুলা বিধৰ নাম কি?
উঃ এমানিটা ফেলইডিছ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ