সাধাৰণ জ্ঞান-২০ জুলাই

১.অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন?
উঃ প্ৰতাপ বৰুৱা।
২.অসমত পোৱা সৰ্বোচ্চ বৃক্ষবিধৰ নাম কি?
উঃ হলং ।
৩.'পিগমী-হ'গ ৰ অসমীয়া স্থানীয় নাম কি?
উঃ নল গাহৰি।
৪.পূৰ্বতে আহোমসকল কোন ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল?
উঃ টাই ভাষাৰ অন্তৰ্ভুক্ত আছিল।
৫.অসমৰ প্ৰথম বাতৰি কাকত ' অৰুণোদই'ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল?
উঃ নাথান ব্ৰাউন।
৬.ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈও অধিক লোকে অসমীয়া ভাষা কয়?
উঃ ৬০ ।
৭.হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি?
উঃ চিত্ৰ ভাগৱত।
৮.NIA - সম্পূৰ্ণ ৰূপ কি?
উঃ National Investigation Agency .
৯.বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন?
উঃ ড০ হিমন্ত বিশ্ব শৰ্মা।
১০.বৰ্তমান অসম বিধান সভাৰ উপাধ্যক্ষ কোন?
উঃ ড০ নোমল মমিন।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send