সাধাৰণ জ্ঞান-২০ জুলাই

©Admin
0
১.অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন?
উঃ প্ৰতাপ বৰুৱা।
২.অসমত পোৱা সৰ্বোচ্চ বৃক্ষবিধৰ নাম কি?
উঃ হলং ।
৩.'পিগমী-হ'গ ৰ অসমীয়া স্থানীয় নাম কি?
উঃ নল গাহৰি।
৪.পূৰ্বতে আহোমসকল কোন ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল?
উঃ টাই ভাষাৰ অন্তৰ্ভুক্ত আছিল।
৫.অসমৰ প্ৰথম বাতৰি কাকত ' অৰুণোদই'ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল?
উঃ নাথান ব্ৰাউন।
৬.ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈও অধিক লোকে অসমীয়া ভাষা কয়?
উঃ ৬০ ।
৭.হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি?
উঃ চিত্ৰ ভাগৱত।
৮.NIA - সম্পূৰ্ণ ৰূপ কি?
উঃ National Investigation Agency .
৯.বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন?
উঃ ড০ হিমন্ত বিশ্ব শৰ্মা।
১০.বৰ্তমান অসম বিধান সভাৰ উপাধ্যক্ষ কোন?
উঃ ড০ নোমল মমিন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)