খহনীয়া-বৰষা ডেকা

পইচাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি সামান্য অসুখতে বৃষ্টি ঢুকাই থাকিল। ঘৈণীয়েক নথকা ৰবিনে হিয়া ঢাকুৰি কান্দিলে। নৈৰ পৰা খহাদি, গভীৰ যন্ত্ৰণাত বুকুখনো যেন এফালৰ পৰা খহিবলৈ ধৰিছে ৰবিনৰ তেনে লাগিল......। 

✍️বৰষা ডেকা
বাইহাটা চাৰিআলি
নগাঁও মহাবিদ্যালয়
স্নাতকোত্তৰ ২য় ষান্মাসিক

1 Comments

Previous Post Next Post