উঃ সাগৰলৈ বহু দূৰ ,পৰিচালক জাহ্নু বৰুৱা।
২.অসমৰ কোনজন মুকাভিনয় শিল্পীয়ে ২০০৯ বৰ্ষত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে?
উঃ মইনুল হক।
৩.বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া খেলুৱৈগৰাকী কোন?
উঃ পল্লৱী পৰাশৰ।
৪.ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন?
উঃ মাধুৰ্য প্ৰসাদ বৰুৱা।
৫.শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল?
উঃ ১৬৭১ চনত।
৬.অসমৰ এটি নৃত্য বা কলাই ২০০০চনত ৰাষ্ট্ৰীয় নৃত্যৰূপে স্বীকৃতি লাভ কৰে?নৃত্যবিধৰ নাম কি?
উঃ সত্ৰীয়া নৃত্য।
৭.এগৰাকী অসমীয়া মহিলাৰ নাম কোৱা যাৰ বৃত্তি আছিল ভাৰতীয় হাতীক প্ৰশিক্ষণ দিয়া আৰু যাৰ বাবে তেওঁৰ নাম 'Limca Book' ত লিপিবদ্ধ কৰা হৈছে?
উঃ পাৰ্বতী বৰুৱা।
৮.পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো ক'ত আছে?
উঃ গুৱাহাটীত।
৯.কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল?
উঃ বড়ো।
১০.অসমৰ বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমানজন?
উঃ ১২৬ জন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ