যাত্ৰা-কল্পনা ৰবিদাস

0
দাসত্বৰ শৃংখল পিন্ধি,
অবৰ্ণনীয় অত্যাচাৰেৰে
কি দৰে আৰম্ভ হৈছিল
দুৰ্বিহ যাত্ৰা। 
ভ্ৰান্ত পথিকৰ
 দৰে উত্ৰাৱল হৈ,
ছটফটাই আজীৱন 
জীৱন তৃষ্ণাতুৰ  হৈ ।


  ✍🏻কল্পনা ৰবিদাস
   গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)