দৈনিক ৰাশি ফল -১৩ শাওণ শুক্ৰবাৰ ৩০ জুলাই

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 ১৩শাওণ, শুক্ৰবাৰ ,ইং ৩০জুলাই,২০২১। 
সূৰ্য্যোদয় ঘ:৪/৫৬/২৬সূৰ্য্যাস্ত ঘ:৬/৪/২৪

ৰাশি :- মীন ৰাশি।আ:ঘ:- ৪/২০/১২ যোৱাত মেষ ৰাশি।
তিথি - কৃষ্ণ ষষ্ঠী। প্ৰা:ঘ:- ৫/২৯/১৮ লৈ
নক্ষত্ৰ : - ৰেৱতী।আ:ঘ:- ৪/২০/১২লৈ।
শুভ সংখ্যা :- ৪/৩
শুভ ৰং :- ৰঙা / হালধীয়া
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা :- পশ্চিম দিশত নাই ।প্ৰা:ঘ:- ৫/২৯/১৮ বাযু কোনত নাই।
 যোগিনী :- পশ্চিম দিশত ।প্ৰা:ঘ:- ৫/২৯/১৮ বাযু কোনত।
মৰণত দোষ:- নাই।প্ৰা:ঘ:- ৫/২৯/১৮ যোৱাত এপদ।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ।প্ৰা: ঘ:- ৫/২৯/১৮ যোৱাত তাল খোৱা নিষেধ।

১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মব্যস্তা বাঢ়িব, উত্তম ভোজন লাভ হব, যদিও সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, সাহিত্য সেৱাত মনোনিবেশ হব, যদিও সজাগ নহল মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, ধন সন্মান লাভ হব যদিও সজাগ নহলে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ ,শিল্পী সকলৰ শুভ হব, লগতে ধন আৰু সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশি*(ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, কৰ্মত শুভ হব, লগতে সন্মান লাভ হোৱাৰ যোগ দেখা যায়া।

৬. *কন্যা ৰাশি*(প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, যদিও সজাগ নহলে সামান্য মিছা অপৱাদ পাৱ পাৰে , লগতে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, ব্যৱসায় দিশত উন্নতি হব, লগতে ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি*(ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হব, আত্মীয়ৰ আগমন হব , লগতে বন্ধু লাভ হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি*(ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্মত ন্যায় লাভ হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি*(খ,জ): - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, যদিও সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে , লগতে জতিলতাৰ মাজেৰে কৰ্ম বোৰ সমাপন হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত আনৰ সহায় লাভ হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে মনৰ সামান্য উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব, কৰ্মত সফল হব, যদিও আজি সজাগ নহলে আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী-১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)