আজিৰ দিনটোৰ বিশেষত্ব-২৫ জুলাই

পংখী মৰাণ
0
আজি হ'ল ২৫ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২০৬ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৬৫ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোন---

১/ আজি ৰাষ্ট্ৰীয় সুৰা আৰু পনীৰ দিৱস।
২/  আজি ৰঙা জোতা দিৱস।
৩/ আজি অভিভাৱক দিৱস।
৪/ আজিৰ দিনটোতেই ১৮৬৬ চনত ইউলিছিচ এছ. গ্ৰাণ্ট আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম আনুষ্ঠানিক সেনাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল ।
৫/ আজিৰ দিনটোতেই ১৯৪৬ চনত পোআৰ্ট ৰিক'ক আমেৰিকা যুক্তৰাষ্ট্ৰই এক স্বায়ত্ত শাসিত অঞ্চল হিচাপে স্বীকৃতি দিছিল ।
৬/আজিৰ দিনটোতেই ১৯৭৮ চনত বিশ্বৰ প্ৰথমটো পৰীক্ষা নল শিশু লুইজি ব্ৰাউনৰ জন্ম হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)