সময়ৰ কাম সময়ত কৰিবা , সময়ে জীৱনক জোখে।।
কিমান সহিবা নিজে জহি-খহি , কিমানৰ পাতিবা ঘৰ।
ভদ্ৰ সমাজত নাৰী লাঞ্ছিতা , আপোনেই হৈছে পৰ।।
প্ৰকৃতিৰ প্ৰেমিকে প্ৰকৃতিক ঠগিলে , নিজকে জ্ঞানী সজাই।
জীৱশ্ৰেষ্ঠই জীৱকেই মাৰিলে , আইনৰ সুৰুঙা পকাই।।
✍🏻ৰাহুল হাজৰিকা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ