সময়ৰ কাম সময়ত কৰিবা , সময়ে জীৱনক জোখে।।
কিমান সহিবা নিজে জহি-খহি , কিমানৰ পাতিবা ঘৰ।
ভদ্ৰ সমাজত নাৰী লাঞ্ছিতা , আপোনেই হৈছে পৰ।।
প্ৰকৃতিৰ প্ৰেমিকে প্ৰকৃতিক ঠগিলে , নিজকে জ্ঞানী সজাই।
জীৱশ্ৰেষ্ঠই জীৱকেই মাৰিলে , আইনৰ সুৰুঙা পকাই।।
✍🏻ৰাহুল হাজৰিকা।