Homeআজিৰ দিনটোৰ বিশেষত্ব ৩০ জুলাই-ইতিহাসৰ পাতত আজিৰ দিনটো July 29, 2021 0 ⭕১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰৰ নাম সলনি কৰি কৰ্ণাটক নামকৰণ কৰা হয়।⭕২০০০ চনৰ আজিৰ দিনটোতে বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপৰহৰণ কৰা হৈছিল।⭕১৯২৬ আজিৰ দিনটোত পদ্ম বৰকটকীৰ জন্ম , তেওঁ অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ সাহিত্যিক। Tags: আজিৰ দিনটোৰ বিশেষত্ব