৩০ জুলাই-ইতিহাসৰ পাতত আজিৰ দিনটো

⭕১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰৰ নাম সলনি কৰি কৰ্ণাটক নামকৰণ কৰা হয়।

⭕২০০০ চনৰ আজিৰ দিনটোতে বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপৰহৰণ কৰা হৈছিল।

⭕১৯২৬ আজিৰ দিনটোত  পদ্ম বৰকটকীৰ জন্ম , তেওঁ অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ সাহিত্যিক।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send