অসমীয়া সাধাৰণ জ্ঞান-৩০ জুলাই

©Admin
0
১.কাৰ ৰাজত্বকালত 'ফাহিয়ান' ভাৰতলৈ আহিছিল?
উঃ গুপ্তসকলৰ।
২.ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃদপিণ্ড বুলি কোৱা হয়?
উঃ দিল্লী।
৩. ভাৰতবৰ্ষত সাহকীকতাৰ সৰ্বোত্তম বঁটা টো কি?
উঃ মহাবীৰ চক্ৰ।
৪.অসমৰ কোনগৰাকী সাঁতোৰবিদে ৯টা সোণৰ আৰু  তিনিটা নতুন অভিলেখ সৃস্টি কৰিছিল?
উঃ এলভিছ আলী হাজৰিকা।
৫.২০০১চনত কলম্বোত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান অৰ্জন কৰা অসমীয়া প্ৰতিযোগী গৰাকীৰ নাম লিখা?

উঃ ১৪বছৰ বয়সীয়া অংশুমান দত্ত।
৬.অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজনৰ নাম কি?
উঃ ভোগেশ্বৰ বৰুৱা আৰু মনালিছা মেহতা।
৭.শিলচৰৰ বিমান ঘাটি ক'ত অৱস্থিত?
উঃ কুম্ভীৰগ্ৰামত।
৮.প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম আৰু প্ৰকাশৰ চন লিখা।
উঃ 'ধৰ্ম-পুস্তক',১৮১৩চনত।
৯.অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন?
উঃ ভট্টদেৱ।
১০.আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল?
উঃ চন্দ্ৰকান্ত সিংহ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)