সূৰ্য্যোদয় ঘ:৪/৪৬/৫০সূৰ্য্যাস্ত ঘ:৬/৮/৩৩
ৰাশি :- মিথুন ৰাশি।
তিথি - অমাৱস্যা। আহোৰাত্ৰ।
নক্ষত্ৰ : - আদ্ৰা।ৰা:ঘ:- ১১/১১/৩৭ লৈ।
শুভ সংখ্যা :- ৩/২.
শুভ ৰং :- হালধীয়া/ কজলা।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- ঈশান কোনত নাই।
যোগিনী :- ঈশান কোনত।
মৰণত দোষ:-নাই।ৰা:ঘ:- ১১/১১/৩৭ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য :- আমিষ ,তেল খোৱা নিষেধ ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, শুভ খৱৰ লাভ হব, যদিও সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, শিক্ষক সকলৰ শুভ হব, যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, যদিও সজাগ নহলে আত্মগ্লানি ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে পাপ্য হানি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও সজাগ নহলে সামান্য ৰোগ বাঢ়িব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি -সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হব, আলহীৰ আগমন হব , লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন যোগাযোগ হব, প্ৰেমত শুভ হব যদিও সজাগ নহলে সামান্য দেহ মনত আঘাট পোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনৰ আশা পুৰণ হব, মনত ভক্তি ভাৱ বাঢ়িব,লগতে তীৰ্থস্থান ভ্ৰমণৰ সুযোগ লাভ হব, লগতে আজি যান বাহন চলাওতে সাৱধান হব।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব যদিও সজাগ নহলে শৰীৰত সামান্য বিষ আনুভৱ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্মত সফল হব, সন্মান লাভ হব, যদিও আজি যান বাহনৰ পৰা সাৱধান হোৱাৰ যোগ দেখা যায় ।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, কৰ্মস্পৃহা বাঢ়িব,লগতে দাম্পত্য জীৱনত সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ভ্ৰমনত শুভ হব, লগতে কৰ্মত ক্ষেত্ৰত উন্নতি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব,শিল্পী সকলৰ শুভ হব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481
হোৱাটচএপ - 9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ