১৭ জুলাই- ইতিহাসৰ পাতত আজিৰ দিনটো

  • ১৯৭৫ - আমেৰিকাৰ মহাকাশযান এপল’ আৰু ৰাছিয়াৰ মহাকাশযান ছয়ুজ’ৰ সংযোগ স্থাপন হৈছিল।
  • ১৯৯৬ - ‘‘শ্বু-মেকাৰ লেভী’ নামৰ ধুমকেতুটোৰ সৈতে বৃহস্পতি গ্ৰহৰ সংঘৰ্ষ ঘটিছিল।
  • ২০০৬ - ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ সমীপত সংঘটিত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হোৱা ছুনামিত পাঁচ শতাধিক লোকৰ মৃত্যু আৰু কেইবা শতাধিক লোক সন্ধানহীন হয়।
  • ২০১০ - বিশ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ ৰেংকিংত ভাৰতৰ ছাইনা নেহৱালৰ স্থান দ্বিতীয়লৈ উন্নীত হয়। মহিলাৰ ছিংগলছ শাখাত দ্বিতীয় স্থান লাভ কৰা ছাইনা নেহৱাল ভাৰতৰ প্ৰথম বেডমিণ্টন খেলুৱৈ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send