👉 চিহ্নযাত্ৰা।
২. অসমত প্ৰথম সহ অভিনয়ৰ পাতনি মেলোতাঁ
👉ব্ৰজ শৰ্মা
৩. প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক
👉 প্ৰমথেশ বৰুৱা।
৪. প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবি
👉ভাইটি।
৫. অসমীয়া চলচ্চিত্ৰৰ প্ৰথম লং প্লেয়িং গ্ৰামোফোন ৰেকৰ্ড
👉 চিকমিক বিজুলী।
৬. ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ
👉পিয়লি ফুকন।
৭. প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ
👉 অবুজ বেদনা।
৮. স্বৰ্ণকমল প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ
👉 হালধীয়া চৰায়ে বাওধান খায়।
৯. প্ৰথম প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা চলচ্চিত্ৰ
👉মৰীচিকা।
১০. ইষ্টমেন কালাৰৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ
👉 আজলী নবৌ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ