২১ জুলাই - আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
আজি হ'ল ২১ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২০২ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৬৯ দিন বাকী থাকে। আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোন---

☯️আজিৰ দিনটোতেই ৩৫৬ চনত প্ৰাচীন বিশ্বৰ এক আশ্চৰ্য আৰ্টেমিচ মন্দিৰ আৰছনৰ দ্বাৰা ধ্বংস হয়।

☯️আজিৰ দিনটোতেই ১৮৩১ চনত বেলজিয়ামৰ প্ৰথম ৰজা প্ৰথম লিওপল্ডৰ ৰাজ অভিষেক হয়। 

☯️আজিৰ দিনটোতেই ১৯৫৪ চনত জেনেভা সন্মিলনত ভিয়েটনামৰ বিভাজন হয়।

☯️আজিৰ দিনটোতেই ২০০৮ চনত ৰাম বাৰণ যাদৱ নেপালৰ প্ৰথম ৰাষ্ট্ৰপতি ৰূপে পৰিগণিত হয়।

☯️আজিৰ দিনটোতেই ২০১১ চনত কেনেডী মহাকাশত কেন্দ্ৰত নাছাই স্পেচ ছাটল আটলাণ্টিছ অভিযান সমাপ্ত কৰে।

☯️আজিৰ দিনটোতেই কলকাতাত শ্বহীদ দিৱস শোভাযাত্ৰা হয়।

☯️আজিৰ জাংক ফুড দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)