২৮ জুলাই- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
⭕১৮২১ চনৰ আজিৰ দিনটোতে পেৰুৱে স্বাধীনতা লাভ কৰে।

⭕১৯১৪ -চনৰ আজিৰ দিনটোতে ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্টিয়াৰ যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত জাৰ্মানীয়ে সমৰ্থন কৰে অষ্টিয়াক আৰু ছাৰ্বিয়াক সমৰ্থন কৰে। ব্ৰিটেইন,ফ্ৰান্স আৰু ৰাছিয়াই ছাৰ্বিয়াৰ পক্ষ অৱলম্বন কৰে। সূচনা হয় প্ৰথম মহাসমৰৰ।

⭕১৯৭৯ চনৰ আজিৰ দিনটোতে - চৌধুৰী চৰণ সিং  ভাৰতবৰ্ষৰ পঞ্চম গৰাকী প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।

⭕২০০১ চনৰ আজিৰ দিনটোতে- ৰামায়ণী সাহিত্যৰ গৱেষক, যশস্বী অসমীয়া ঔপন্যাসিক ড° মামণি ৰয়ছম গোস্বামী ওৰফে ড॰ ইন্দিৰা গোস্বামীলৈ ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।

⭕২০০৭ চনৰ আজিৰ দিনটোতে- মহানন্দ শৰ্মা আৰু জ্ঞানদা বৰালৈ নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা কথা ঘোষণা কৰা হয়।

⭕২০১১ -চনৰ আজিৰ দিনটোতে লোকপালৰ খচৰাত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনায়।

⭕২০১১ চনৰ আজিৰ দিনটোতে- ভাৰত আৰু মংগোলিয়াৰ মাজত প্ৰতিৰক্ষা চুক্তিখন স্বাক্ষৰিত হয়।

⭕২০১২ চনৰ আজিৰ দিনটোতে- উজনি অসমত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ৬৪ জনলোক মৃত্যু মুখত পৰে।

⭕২০১২ চনৰ আজিৰ দিনটোতে- ফৰাচী বেংকত ভাৰতীয়ৰ ৫৬৫কোটি টকাৰ জমা তথ্য ফাদিল হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)