আজিৰ ৰাশিফল- ৪ শাওণ বুধবাৰ ২১ জুলাই ২০২১

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
৪ শাওণ, বুধবাৰ ,ইং ২১ জুলাই,২০২১। 
সূৰ্য্যোদয় ঘ:৪/৫০/৫০সূৰ্য্যাস্ত ঘ:৬/৭/২৩

ৰাশি :-  বৃশ্চিক ৰাশি।আ:ঘ:- ৫/২০/২৬ যোৱাত ধনু ৰাশি।
তিথি - শুক্লা দ্বাদশী।ঘ:- ২/১৮/৩৬ লৈ।
নক্ষত্ৰ : - জ্যেষ্ঠা।আ:ঘ:- ৫/২০/২৬ লৈ।
শুভ সংখ্যা :- ৫/৬
শুভ ৰং :-  বগা/ সেউজীয়া।
আদ্যঋতু হলে - পতিহীনা যোগ।
যাত্ৰা :- নৈঋত কোনত নাই ।ঘ:- ২/১৮/৩৬ যোৱাত দক্ষিণ দিশত নাই।
 যোগিনী :- নৈঋত কোনত ।ঘ:- ২/১৮/৩৬ যোৱাত দক্ষিণ দিশত ।
মৰণত দোষ:-  এপদ। ঘ:- ২/১৮/৩৬ যোৱাত নাই।
ভক্ষাভক্ষ্য :- পূৰৈশাক খোৱা নিষেধ । ঘ:- ২/১৮/৩৬ যোৱাত বেঙেনা খোৱা নিষেধ।


( ওপৰৰ লিংটো ক্লিক কৰিলে " শাওণ মাহ কিয় প্ৰবিত্ৰ বুলি কোৱা হব আৰু বলবম উৎসৱৰ বিষয়ে জানিবলৈ পাল )

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত সজাগতা বাঢ়িব, সৌন্দৰ্যৰ প্ৰতি গুৰুত্ব বাঢ়িব পাৰে , যদিও সজাগ নহলে।শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হব, সন্মান বৃদ্ধি হব, কৰ্মত গুৰুত্ব বাঢ়িব, যদিও সজাগ নহলে বন্ধু তথা আত্মীয় পৰিয়ালৰ লগত মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব, কৰ্মত যশস্যা লাভ হব যদিও সজাগ নহলে কৰ্ম ক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হব, যদিও সজাগ নহলে আজি কৰ্ম ক্ষেত্ৰত মনোমালিন্য হব পাৰে লগতে আজি সকলো দিশতে সজাগ   হোৱাটো ভাল হব।

৫. সিংহ ৰাশি-সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, কৰ্মত সফল হব, লগতে ৰোগ আৰোগ্য হোৱাৰ যোগ দেখা যায়া।

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত বন্ধু লাভ হব , যদিও সজাগ নহলে গৃহ অশান্তি হব পাৰে লগতে শৰীৰৰ প্ৰতি আজি সজাগ হোৱাটো  ভাল হব।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মত সফল হব যদিও আজি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ সুখ বৃদ্ধি হব, কৰ্মত সফল হব, লগতে আজি সমস্যাৰ সমাধান হোৱাৰ যোগা দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত আয় উপাৰ্জন বাঢ়িব, লগতে কৰ্মত সবল  হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব যদিও আজিৰ দিনটোত সজাগ নহলে দেহ মনত সামান্য আঘাট পোৱাৰ  যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সফল হব, লগতে কৰ্মত সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সজাগ নহলে ক্ষতি হব পাৰে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা  যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)