সাধাৰণ জ্ঞান

Rinku Rajowar
0
১.অসমৰ প্ৰথম মহিলা মূখ্যমন্ত্ৰী কোন আছিল?
উঃ ছৈয়দা আনোৱাৰা টাইমূৰ।
২.আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?
উঃ ১২৫৩ চনত।
৩.অসমৰ কোনখন ঠাইত প্ৰাকৃতিক অশ্বক্ষুৰ হ্ৰদ আছে?
উঃ চান্দডুবি।
৪.ৰঞ্জী ট্টফি চেম্পিয়নশ্বিপত ১০০০ৰাণ আৰু ১০০টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন?
উঃ গৌতম দত্ত।
৫.অসম চৰকাৰে কোনটো দিনক ' অসম ক্ৰীড়া দিৱস' হিচাপে ঘোষণা কৰিছে?
উঃ ১৭ অক্টোবৰ।ৰাধাগোৱিন্দ বৰুৱাৰ জন্মদিন।
৬.প্ৰথম অসমীয়া সামাজিক নাটক কি?
উঃ ৰাম নৱমী।
৭.গুৱাহাটীত প্ৰথম ব্ৰডগজ কেতিয়া স্থাপন হৈছিল?
উঃ ১৯৮৪ চনৰ ২৪এপ্ৰিল।
৮.সোণাই -ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত?
উঃ শোণিতপুৰ জিলাত।
৯. ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি?
উঃ ড০ ফখৰুদ্দিন আলি আহমেদ।
১০.অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
উঃ দেৰগাঁও।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)