👉 গৰ্ডন শ্বিল্ডে।
২. লিখন পদ্ধতি কোন সভ্যতাৰ অৱদান?
👉 সুমেৰীয় সভ্যতা।
৩. গিলগামেচ মহাকাব্যৰ পটভূমি কি?
👉মেছ'পটেমিয়া।
৪. ইজিপ্টৰ ইতিহাসত কোনছোৱা সময়ক পিৰামিডৰ যুগ বুলি কোৱা হয়?
👉তৃতীয় ৰাজবংশৰ শাসনৰ পৰা ষষ্ঠ ৰাজবংশৰ শাসনলৈ।
৫. "হিষ্ট্ৰী অব ইজিপ্ট" কোনে লিখিছিল?
👉মানেথ'।
৬. প্ৰাচীন গ্ৰীচৰ বজাৰ কেন্দ্ৰসমূহক এগোৰা বুলি জনা গৈছিল? ইয়াৰ অৰ্থ কি?
👉 একত্ৰিত হোৱা ঠাই।
৭. উৰ্বৰ কাঁচিজোন (fertile cresent) কি?
👉 পাৰস্য উপসাগৰৰ পৰা দক্ষিণ ইৰাক লৈ ছিৰিয়া, লেবানন, জৰ্দান, ইজৰাইল আৰু উত্তৰ ইজিপ্টক সামৰি এটা বৃহৎ কাঁচি জোন সদৃশ উৰ্বৰ এলেকাটোক উৰ্বৰ কাঁচি জোন নামে জনা যায়।
৮. দেহ বিজ্ঞান বিভাগৰ পিতৃ বুলি কাক জনা যায়?
👉 হিৰোফলিয়াচ।
৯. বুদ্ধদেৱৰ বুদ্ধত্ব প্ৰাপ্তি ক'ত হৈছিল?
👉 বুদ্ধগয়া।
১০. বুদ্ধদেৱৰ জন্মস্হান কি?
👉লুম্বিনী, নেপাল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ