দৈনিক ৰাশিফল | ২৯ আহাৰ বুধবাৰ ১৪ জুলাই ২০২১

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                ২৯ আহাৰ, বুধবাৰ ,ইং ১৪ জুলাই,২০২১। 
সূৰ্য্যোদয় ঘ:৪/৪৮/৩৭সূৰ্য্যাস্ত ঘ:৬/৮/১২

ৰাশি :-  সিংহ ৰাশি।
তিথি - শুক্লা চতুৰ্থী। প্ৰা:ঘ:- ৬/২৬/১৫ লৈ।
নক্ষত্ৰ : - পূৰ্ব্বফাল্গূনী ।ৰা:ঘ:- ২/৩২/২৮ লৈ।

শুভ সংখ্যা :- ৭/১
শুভ ৰং :-  ৰঙা / ধোৱাৱৰণ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- নৈঋত কোনত নাই। প্ৰা:ঘ:- ৬/২৬/১৫ যোৱাত দক্ষিণ দিশত নাই।
 যোগিনী :- নৈঋত কোনত । প্ৰা:ঘ:- ৬/২৬/১৫ যোৱাত দক্ষিণ দিশত।
মৰণত দোষ:-  নাই।ৰা:ঘ:- ২/৩২/২৮ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য :- মূলা খোৱা নিষেধ । প্ৰা:ঘ:- ৬/২৬/১৫ যোৱাত বেল। খোৱা নিষেধ।

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত  কৰ্মত সফল হব,লগতে আমোদ প্ৰমোদ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম খাদ্য গ্ৰহণৰ সুযোগ লাভ কৰিব, লগতে মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বেচা কিনাত শুভ হব, কৰ্মত যশস্যা লাভ হব, লগতে মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।  
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন আচনি গ্ৰহণৰ সুযোগ লাভ হব, যদিও সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি- সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, যদিও সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়া।
৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, প্ৰেমত শুভ হব, বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব, যদিও আজি কৰ্মত ক্ষেত্ৰত বিতৰ্ক ৰ পৰা নিজকে আতৰাই ৰখাটো ভাল হব। 
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ হব, যদিও কৰ্মত সজাগ নহলে সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে লগতে সজাগ নহলে আজি অপমানিত  হোৱাৰ যোগ দেখা যায়।  
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, মনৰ আশা পুৰণ হব, লগতে সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত বন্ধু লাভ হব, প্ৰেম আৰু কৰ্মত শুভ হব, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 
১০. মকৰ ৰাশি  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, পাৰিবাৰিক শান্তি লাভ হব, লগতে কৰ্মত সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।। 
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন সন্মান লাভ হব, কৰ্মত নতুন আচনি গ্ৰহণৰ সুযোগ লাভ কৰিব,  লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, যদিও জ্ঞান আহৰণৰ সুযোগ লাভ হব, মনত সাহস বাঢ়িব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

ফোন নং -9101096481
হোৱাটচএপ - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)