উকা কাগজ-অলকেশ খাটনিয়াৰ

        উকা কাগজৰ দৰে হ'ল
      এই জীৱনটো
      জীৱনটোত লিখিবলৈ
      একোৱেই নাপালোঁ
      কেৱল সম‌য়ৰ পিছত
      দৌৰি থাকোতেই গ'ল
      কি লিখিম কি নিলিখিম
      সেই ভাবি থাকোতেই
      সময় শেষ হ'বৰে হ'ল
      আৰু জীৱনৰ কাগজখন
      উকা হৈয়ে ৰʼল।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send