Homeঅলকেশ খাটনিয়াৰ উকা কাগজ-অলকেশ খাটনিয়াৰ July 14, 2021 0 উকা কাগজৰ দৰে হ'ল এই জীৱনটো জীৱনটোত লিখিবলৈ একোৱেই নাপালোঁ কেৱল সময়ৰ পিছত দৌৰি থাকোতেই গ'ল কি লিখিম কি নিলিখিম সেই ভাবি থাকোতেই সময় শেষ হ'বৰে হ'ল আৰু জীৱনৰ কাগজখন উকা হৈয়ে ৰʼল। Tags: অলকেশ খাটনিয়াৰ কবিতা