১.আহোম স্বৰ্গদেউ ৰুদ্ৰসিহংহ ই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি?
উঃ জয়সাগৰ।
২.উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক'ত অৱস্থিত?
উঃ যোৰহাট।
৩.কাক ' বনফুলৰ কবি' নামেৰে জনা যায়?
উঃ যতীন্দ্ৰনাথ দুৱৰা।
৪.প্ৰখ্যাত উমানন্দ মন্দিৰটো কিমান চনত স্থাপিত হৈছিল?
উঃ ১৬৯৪ চনত।
৫.গুৱাহাটীত অলপতে নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি?
উঃ পূৰ্ব তিৰুপতি শ্ৰী বালাজী মন্দিৰ।
৬.মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল?
উঃ ১২০৬চনত।
৭.স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মূখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধীপক্ষৰ নেতা কোন আছিল?
উঃ গৌৰীশংকৰ ভট্টাচাৰ্য।
৮.কামাখ্যা দেৱীৰ মন্দিৰত 'তান্ত্ৰিক' শক্তিৰ ধৰ্মীয় আনুষ্ঠানিকতাৰে পালন কৰা অদ্বিতীয় উৎসৱটো কি?
উঃ অম্বুবাচী মেলা।
৯.সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?
উঃ ২০০০চনত।
১০.AASU ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ All Assam Student Union .
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ