০৭ জুলাই -আজিৰ দিনটোৰ ইতিহাস

অসমীয়া সাহিত্যৰ চানেকি
0
আজি হ'ল ৭ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৮৮ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৭৭ দিন বাকী থাকে।বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোন।

* আজি ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন।
* আজি চকলেট দিৱস।
* আজি গোলকীয় ক্ষমাশীলতা  দিৱস।
* আজিৰ দিনটোতেই ২০০৭ চনত আধুনিক বিশ্বৰ সপ্তম আশ্চৰ্যৰ বিষয়ে ঘোষণা কৰা হৈছিল।
* আজিৰ দিনটোতেই ১৯৬৯ চনত ভিয়েটনামৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনী অপসাৰণ কৰা হৈছিল।
* আজিৰ দিনটোতেই ২০০৫ চনত লণ্ডনত আত্মঘাতী বোমাৰুৰ দ্বাৰা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)