দৈনিক ৰাশিফল- ০১ আগষ্ট

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
১৫ শাওণ, ৰবিবাৰ ,ইং ১ আগষ্ট,২০২১। 
সূৰ্য্যোদয় ঘ:৪/৫৫/১৬সূৰ্য্যাস্ত ঘ:৬/৩/১৬

ৰাশি :- মেষ ৰাশি।শে:ৰা:-৩/২৭/৩৬ যোৱাত বৃষ ৰাশিলৈ।
তিথি - কৃষ্ণ অষ্টমী। ঘ:- ৮/২৪/১৮ লৈ
নক্ষত্ৰ : - ভৰনী ।ৰা:ঘ:- ৮/৪৮/৫১ লৈ।
শুভ সংখ্যা :- ৫/১
শুভ ৰং :- ৰঙা / সেউজীয়া।
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা :- ঈশান কোনত নাই ।ঘ:- ৮/২৪/১৮ যোৱাত পূৱ দিশত নাই।
 যোগিনী :- ঈশান কোনত ।ঘ:- ৮/২৪/১৮ যোৱাত পূৱ দিশত।
মৰণত দোষ:- এপদ ।ৰা:ঘ:- ৮/২৪/৫১ যোৱাত ত্ৰিপদ।
ভক্ষাভক্ষ্য :- নাৰিকল, আমিষ খাদ্য খোৱা নিষেধ।ঘ:- ৮/২৪/১৮ যোৱাত লাও  খোৱা নিষেধ।

১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত ধন সম্পদ লাভ হব , বন্ধু লাভ হব লগতে আজি আপোনাৰ কৰ্মত যোগাযোগ  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও  আজি আপুনি অচিনাকী ব্যক্তিৰ লগত লেন দেন কৰোঁতে সাৱধান হোৱাটো ভাল হব। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ যদিও সামান্য সমস্যা বাঢ়িব পাৰে লগতে আজি  সজাগ নহলে আপোনাৰ মনত সামান্য চিন্তা হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে সামান্য ক্ষতি হব পাৰে লগতে আজি সজাগ নহলে সামান্য মিচা অপৱাদ পাৱ পাৰে যদিও আপুনি আজি ঋণ পৰিশোধৰ এটা সুযোগ লাভ হোৱাটো যোগ দেখা যায়।

৫. *সিংহ ৰাশি* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, আলহীৰ আগমন হব পাৰে লগতে আজি আপোনাৰ।শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সঞ্চয় বাঢ়িব, সম্পদ লাভ হব, যদিও আজি সজাগ নহলে আপোনাৰ কৰ্মত সামান্য জতিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত পাৰিবাৰিক সুখ বৃদ্ধি হব যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, সন্মান লাভ হব, ৰোগাৰোগ্য হব যদিও আজি আপুনি সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত যশস্যা বাঢ়িব, মনৰ আশা পুৰণ হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আজি জেষ্ঠ্য জনৰ সহায় সহযোগ লাভ হব, দ্ৰব্য লাভ হব, যদিও আজি সজাগ নহলে আপোনাৰ সামান্য স্বাস্থ্য হানি   হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত ক্ষেত্ৰত সফল হব, ভ্ৰমণত সফল হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়ি যদিও আজি আপুনি সজাগ নহলে মনটোত সামান্য অস্থিৰতা আহিব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)