উঃ ভাইটি।
২.অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন হৈছিল?
উঃ হাজোত।
৩.'ফাডাৰ অৱ মডাৰ্ণ ইণ্ডিয়া' বুলি কাক কোৱা হয়?
উঃ ৰাজাৰাম মোহন ৰায়।
৪.ফুটবল খেলৰ দুটা গ'ল পোষ্টৰ মাজত দূৰত্ব কিমান?
উঃ ৮গজ।
৫.' বগা মানুহৰ কবৰ' কাক কোৱা হয়?
উঃ গিনি কোৰ্ট।
৬.ইণ্টাৰনেশ্যনেল ৰেডক্ৰছ সংস্থাৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উঃ জেনেভাত।
৭.উত্তৰ-পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো কোন ঠাইত অৱস্থিত?
উঃ যোৰহাটৰ টোকলাইত।
৮. হাতঘড়ী প্ৰথম কেতিয়া ,ক'ত সাজি উলিওৱা হৈছিল?
উঃ ১৭৯০চনত চুইজাৰলেণ্ডত।
৯.কি পদাৰ্থৰ ওপৰত নোমেৰে তৈয়াৰী কাপোৰ ঘঁহিলে বিদ্যুৎ উৎপন্ন হয়?
উঃ এমবাৰ।
১০.ভাৰতত স্থাপন কৰা প্ৰথম আনৱিক ৰিয়েক্টৰটোৰ নাম কি?
উঃ অপসৰা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ