ভিত্তিহীন শব্দ মানৱতা
আজি ভাল কালি বেয়া
এয়াই জানো মানুহৰ
চৰিত্ৰ নহয়
কিন্তু কিয়, কি কাৰণে
সৃষ্টি হৈছে এইবোৰৰ
য'ত নেকি একোটা
সাধাৰণ কথাতে আমি
মানৱতাক ভৰিৰে মোহাৰি
চিনাকি দিওঁ স্বাৰ্থপৰতাৰ।
✍️ অলকেশ খাটনিয়াৰ