দৈনিক ৰাশিফল-৪ আগষ্ট

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
১৮শাওণ, বুধবাৰ ,ইং ৪ আগষ্ট,২০২১। 
সূৰ্য্যোদয় ঘ:৪/৫৬/৪২সূৰ্য্যাস্ত ঘ:৬/১/৩০

ৰাশি :-  বৃষ ৰাশি ।ঘ:- ৩/১৪/২২ ৰোৱাত মিথুন ৰাশি।
তিথি - কৃষ্ণ একাদশী। ঘ:- ২/১৮/৪৩ লৈ
নক্ষত্ৰ : - মৃগশিৰা। শে:ৰা:ঘ:- ৪/২৭/৫২লৈ।
শুভ সংখ্যা :- ৫/৮
শুভ ৰং :-  বগা/ সেউজীয়া।
আদ্যঋতু হলে - পতিহিতা যোগ।
যাত্ৰা :- অগ্নি কোনত  নাই ।ঘ:- ২/১৮/৪৩ যোৱাত নৈঋত  কোনত নাই।
 যোগিনী :- অগ্নি কোনত ।ঘ:- ২/১৮/৪৩ যোৱাত নৈঋত  কোনত।
মৰণত দোষ:- নাই, ঘ: - ২/১৮/৪৩ যোৱাত এপদ।
ভক্ষাভক্ষ্য :-  উৰহী  খোৱা নিষেধ।ঘ:- ২/১৮/৪৩ যোৱাত পূৰৈশাক  খোৱা নিষেধ।

১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত ভ্ৰমণ বা যাত্ৰাত শুভ হব, যদিও আজি সজাগ নহলে আপোনাৰ দেহ মনত সামান্য আশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, যদিও সজাগ নহলে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিস্থা লাভ কৰিব পাৰে, কৰ্মত শুভ হব, প্ৰেমত শুভ হব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য কষ্ট পোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ কৰাৰ এটা সুযোগ লাভ হব, যদিও কৰ্ম ক্ষেত্ৰত সামান্য জতিলতা  বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহলে  সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব,লগতে মনত সামান্য খংঙ অভিমান ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে আজি আপোনাৰ সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেম  শুভ হব, কৰ্মত ক্ষেত্ৰত শুভ হব, লগতে আজি আপোনাৰ শুভ সংবাদ লাভ হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত আনৰ সহায় সহযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব, প্ৰেমত শুভ হব, লগতে আজি আপোনাৰ কৰ্ম ক্ষেত্ৰত  শুভ হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত মনত শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, যদিও সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ  হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সন্মান লাভ হব, যদিও সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি সজাগ নহলে সামান্য মনত চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, কৰ্মত শুভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে।।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                               
জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)