সাধাৰণ জ্ঞান কুইজ~১৭আগষ্ট

©Admin
0
১. যোগবিদ্যাৰ উদ্ভাৱক কোন?
➖ ঋষি পতঞ্জলি।
২. কৃষিৰ সামৰণিৰ পাছত মণিপুৰত পালন কৰা উৎসৱটি কি?
➖ চাকান-গান-নিগাই।
৩. দিল্লীৰ অক্ষৰধাম মন্দিৰত কোনজনা দেৱতাক আৰাধনা কৰা হয়?
➖ স্বামীনাৰায়ণ।
৪.ৰবীন্দ্ৰনাথ ঠাকুৰ অধ্যয়ন‌ কেন্দ্ৰ ক'ত আছে?
➖ চিমলা।
৫. কোন গ্ৰন্থই তামিল ব্যাকৰণৰ আলোচনা কৰিছে?
➖ টলকাপ্পিয়ম।
৬. মৃত সাগৰ কোন দুখন দেশৰ মাজত আছে?
➖ জৰ্দান‌ আৰু ইজৰাইল।
৭. ইউৰোপৰ খেলপথাৰ বুলি কোনখন দেশক কোৱা হয়?
➖ চুইজাৰলেণ্ড।
৮. উদিত সূৰ্যৰ দেশ বুলি কোনখন দেশক কোৱা হয়?
➖ জাপান।
৯. সৰ্বাধিক দেশ সামৰি লোৱা মহাদেশ কোনখন?
➖ আফ্ৰিকা।
১০. সহস্ৰ সৰোবৰৰ দেশ বুলি কোনখন দেশক কোৱা হয়?
➖ ফিনলেণ্ড।

সংগ্ৰাহক- কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)