আজিৰ ৰাশিফল-৩১ আগষ্ট

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১৪ ভাদ ,মঙ্গলবাৰ ,ইং ৩১আগষ্ট,২০২১। 
সূৰ্য্যোদয় ঘ:৫/৬/২৮,সূৰ্য্যাস্ত ঘ:৫/৪১/৬

ৰাশি :- বৃষ ৰাশি।ৰা:ঘ:- ১০/২৬/২৮ যোৱাত মিথুন ৰাশি।
তিথি - কৃষ্ণা নৱমী।ৰা:ঘ:- ২/১৪/৪৪ লৈ
নক্ষত্ৰ :- ৰোহিনী, ঘ:- ৯/১১/১৭ লৈ।
শুভ সংখ্যা :- ৮/৩
শুভ ৰং :- ৰঙা/ মুগা ৰং ।
আদ্যঋতু হলে :- পতিহিতা যোগ।
যাত্ৰা :- পূৱ দিশত নাই।ৰা:ঘ:- ২/১৪/৪৪ যোৱাত উত্তৰ দিশত নাই।
 যোগিনী :- পূৱ দিশত ।ৰা:ঘ:- ২/১৪/৪৪ যোৱাত উত্তৰ দিশত।
মৰণত দোষ:- এপদ,
ভক্ষাভক্ষ্য :- লাও  খোৱা নিষেধ, ৰা:ঘ:- ২/১৪/৪৪ যোৱাত কলমৌ খোৱা নিষেধ।

YouTube :- https://youtu.be/q-7jcUQ6E78
                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত প্ৰেম শুভ হব, কৰ্মক্ষেত্ৰত শুভ হব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব যদিও কৰ্মক্ষেত্ৰত সামান্য জতিলতা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মৰম চেনেহ লাভ কৰিব লগতে মনত আনন্দ বৃদ্ধি পোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত খেতিয়ক সকলৰ সামান্য কষ্ট পাৱ পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য ব্যয়  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, যদিও মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব পাৰে, যদিও আপুনি সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ব্যৱসায়িক দিশত শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত আত্মীয়ৰ আগমন হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত সমস্যাৰ সমাধান হব, যদিও আজি আপুনি আৰ্থিক দিশত সতৰ্কতা অৱলম্বন কৰিব।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ  হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)