স্বার্থপৰ মানুহ-মুন শৰ্মা

©Admin
0
স্বাৰ্থপৰ মানুহেৰে ভৰিছে পৃথিৱী,
স্বাৰ্থপৰ মানুহেৰে ভৰিছে সমাজ,
স্বাৰ্থ সিদ্ধি সিহঁতৰ লক্ষ্য,
সিদ্ধি পথত কৰি যায় অভিনয়,

বন্ধু হৈ আহে সিহঁত;
শত্ৰু হৈ যায় সিহঁত;
মৰম হৈ আহে সিহঁত;
আঘাত হৈ যায় সিহঁত।

সময় থাকোতেই চিনিবা সিহঁতক,
নহলে বিপদ অনিবাৰ্য হ'ব,
কথাটো ক'লো বন্ধু ভাবি,
সকলোৱে মনত ৰাখিবা নিশ্চয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)