তোমাৰ অবিহনে শূন্য আমি।
গুৰুৱে দিলে তোমাক দেৱ উপাধি,
অসমীয়া জাতিৰ তুমি কৰিলা সৃষ্টি।
শংকৰ নামেৰে তুমি ল'লা অৱতাৰ,
বৈষ্ণৱ ধৰ্মৰ তুমি কৰিলা প্ৰচাৰ।
বৈষ্ণৱ ধৰ্মৰ আদিতে তোমাৰ নাম,
অসমীয়া জাতিক দিলা উচ্চ স্থান।
তোমাৰ অৱদান আছিল উচ্চ মানত,
আজিও উজ্জ্বলি আছে অসমীয়াৰ প্ৰাণত।
অসমীয়াই আজিও গৌৰৱ কৰে,
শ্ৰীমন্ত শংকৰদেৱ তোমাৰ নামেৰে।।
✍️লক্ষীন্দ্ৰ গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ