Homeঅঞ্জনা শইকীয়া গণতন্ত্ৰৰ মৃত্যু-অঞ্জনা শইকীয়া August 05, 2021 0 ৰক্ষকেই যেতিয়া ভক্ষক হয় ,ন্যায় দ্বাতাই যেতিয়া অন্যায়ৰ সাহস হয়,ভ্ৰষ্টাচাৰ যেতিয়া সংস্কৃতি হয়,ক্ষমতাই যেতিয়া চৰম উদ্দেশ্য হয়,তেতিয়াই দেশত গণতন্ত্ৰৰ মৃত্যু হয়!!! ✍️অঞ্জনা শইকীয়া (টীয়ক) Tags: অঞ্জনা শইকীয়া কবিতা