২৪শাওণ, মঙ্গলবাৰ ,ইং ১০ আগষ্ট,
২০২১।
সূৰ্য্যোদয় ঘ:- ৪/৫৯/১৬, সূৰ্য্যাস্ত ঘ:-৫/৫৭/৪০
ৰাশি :- সিংহ ৰাশি।
তিথি - শুক্লা দ্বিতীয়া। স:ঘ:- ৬/১১/৪ লৈ
নক্ষত্ৰ : - মঘা । ঘ:- ১০/৫০ /৫৯ লৈ।
শুভ সংখ্যা :- ৫/৯
শুভ ৰং :- ৰঙা/ হালধীয়া।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- উত্তৰ দিশত নাই ।স:ঘ:- ৬/১১/৪ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত।স:ঘ:- ৬/১১/৪ যোৱাত অগ্নি কোনত ।
মৰণত দোষ:- দ্বিপল, স:ঘ:- ৬/২২/৪ যোৱাত এপদ।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ। স:- ৬/১১/৪ যোৱাত পটল খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন ধান - সম্পত্তি বৃদ্ধি হব, মনত সুখ বৃদ্ধি হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব , যদিও আজি আপুনি কৰ্মত সজাগ নহলে দেহ মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আজি সফল হব, ধন লাভ হব, সন্মান লাভ হব, যদিও আজি আপুনি সজাগ নহলে মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে দেহ মনত সামান্য আঘাট পাৱ পাৰে, শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য বৃয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মক্ষেত্ৰত সন্মান লাভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য বিৰোধিতা সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত শুভ হব, সম্পদ লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ৰোগাৰোগ্য হব, কৰ্মক্ষেত্ৰত সন্মান লাভ হব,লগতে আজি আপুনি বন্ধু লাভ হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, যদিও আজি কৰ্মক্ষেত্ৰত সজাগ নহলে আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি পোৱাৰ যোগা দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্মত সফল হব, শিল্পী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, শুভ সংবাদ লাভ হব, যদিও সজাগ নহলে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনৰ আশা পুৰণ হব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহলে সামান্য জতিলতাৰ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, সম্পদ লাভ হব,লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ