Homeকবিতা শৰতৰ শেৱালি-পৰিস্মিতা দত্ত August 31, 2021 0 শৰৎ......কিযে মধুৰ নাম এই শৰৎ কালতে শেৱালিয়ে দোকমোকালিতে সুগন্ধি বিলায়,জীপাল কৰি তোলেসেই মৰমলগা ৰাতিপুৱাটো।শৰৎৰ সেই জোনাক নিশাবোৰকিমান যে ভাল লাগে ,জোনাকী পৰুৱাৰ স'তে উমলিমই কেতিয়াও নাপাহৰোসেই ক্ষণৰ মধুৰ স্মৃতি । Tags: কবিতা পৰিস্মিতা দত্ত