শৰতৰ শেৱালি-পৰিস্মিতা দত্ত

শৰৎ......
কিযে মধুৰ নাম 
এই শৰৎ কালতে শেৱালিয়ে 
দোকমোকালিতে সুগন্ধি বিলায়,
জীপাল কৰি তোলে
সেই মৰমলগা ৰাতিপুৱাটো।
শৰৎৰ সেই জোনাক নিশাবোৰ
কিমান যে ভাল লাগে ,
জোনাকী পৰুৱাৰ স'তে উমলি
মই কেতিয়াও নাপাহৰো
সেই ক্ষণৰ মধুৰ স্মৃতি ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send