৯ আগষ্ট-আজিৰ দিনটোৰ বিশেষত্ব

Aditi Tanti
0
আজি ৯ আগষ্ট। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২২১ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৪৪ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহক--- 

* আজি আন্তৰ্জাতিক খিলঞ্জীয়া বাসিন্দা দিৱস।
* আজি কানাডাৰ ৰাষ্ট্ৰীয় শান্তিৰক্ষক দিৱস।
* আজি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় নাৰী দিৱস।
* আজিৰ দিনটোতেই ১৮১০ চনত নেপোলিয়নে ৱেষ্টফেলিয়া জয় কৰি ফ্ৰান্সৰ অন্তৰ্ভুক্ত কৰে।
* আজিৰ দিনটোতেই ১৯২৫ চনত লক্ষ্ণৌত এক চাঞ্চল্যকৰ ৰেল ডকাইতি সংঘটিত হয়।
* আজিৰ দিনটোতেই ১৯৪৫ চনত জাপানৰ নাগাচাকিত আমেৰিকা যুক্তৰাষ্ট্ৰই আণৱিক বোমা নিক্ষেপ কৰে।
* আজিৰ দিনটোতেই ১৯৬৫ চনত ছিংগাপুৰ মালেছিয়াৰ পৰা পৃথক হৈছিল।
* আজিৰ দিনটোতেই জাপানৰ মুক্ত গণতান্ত্ৰিক দলৰ ৩৮ বছৰীয়া শাসনৰ অন্ত পৰে।

সংগ্রাহক-কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)