ৰেচম শিল্প-চিন্ময় ডেকা

©Admin
0
অসমৰ ৰেচম শিল্প 
সমগ্ৰ বিশ্ব বিখ্যাত।
অসমীয়া ন-ন সাঁজৰ,
কাপোৰত বুটা বছা, শলিতাৰ এনাজৰী
পাট, মুগাৰে চহকী।
অসমৰ বস্ত্ৰ নগৰী শুৱালকুছি
ভিন্ন ৰং-বিৰঙী কাপোৰৰ,
প্ৰাণকেন্দ্ৰত জানোছা, আমাৰ অসমখনি।
অসমীয়া গামোচা;
ৰেচম শিল্পতেই যেন বিদ্যমান।
তাক আমি সদায় সুৱৰিছোঁ,
পলুৰ পৰা উৎপন্ন হয়!
এৰি, মুগা, পাত, সূতা
ইয়াৰেই সান্নিধ্যত।
হস্ত শিল্পৰ জৰিয়তে,
উজ্জীৱিত হয়।
শিপিনীৰ তাঁতশালত;
নানা আটকধুনীয়া বস্ত্ৰ এখনি।
সময়ৰ সীৰলুত,
নতুনত্বৰ আহ্বানত;
নিজস্ব স্বকীয়তাৰে সাজ-পাৰ পৰিধান কৰো।
জীৱনৰ অনাকাংক্ষিত বাটৰ সময়ছোৱাত,
ক্ৰমশঃ
ৰেচম শিল্প,
সমগ্ৰ বিশ্ব বিখ্যাত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)