১.আজি মাদ্ৰাছ দিৱস।
২.আজি ধৰ্ম বা বিশ্বাসৰ উপৰত ভিত্তি কৰি হোৱা হিংসা কাৰ্যত চিকাৰ হোৱা সকলক স্মৰণৰ বাবে আন্তৰ্জাতিক দিৱস।
৩.আজি ৰাছিয়াৰ পতাকা দিৱস।
৪.১৬৩৯ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তামিলনাডুৰ ৰাজধানী মাদ্ৰাছ (চেন্নাই) স্থাপন কৰে।
৫.১৮১৯ চনৰ আজিৰ দিনটোতে আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰাৰ উদ্দেশ্যে প্ৰথম বাষ্পচালিত জাহাজ ‘‘ছাভানা’’ই যাত্ৰা আৰম্ভ কৰিছিল।
৬.১৮৫৯ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াই ইটালিৰ ভেনিচ চহৰত বিশ্বৰ প্ৰথম চালক বিহীন বেলুন (বিমান) আক্ৰমণ চলাই
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ