দৈনিক ৰাশিফল - ৭ ভাদ মঙ্গবাৰ ২৪ আগষ্ট

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
৭ ভাদ , মঙ্গবাৰ ,ইং ২৪  আগষ্ট,২০২১। 
সূৰ্য্যোদয় ঘ:৫/৪/২সূৰ্য্যাস্ত ঘ:৫/৪৭/৩০

ৰাশি :- কুম্ভ ৰাশি।ঘ:- ২/৫৫/৫১ যোৱত মীন ৰাশি।
তিথি - কৃষ্ণ দ্বিতীয়া।ঘ:- ৪/১৪/২লৈ
নক্ষত্ৰ : - পূৰ্ব্বভাদ্ৰপদ।ৰা:ঘ:- ৯/৪/২৪লৈ।
শুভ সংখ্যা :- ৯/১
শুভ ৰং :-  কমলা / ৰঙা ।
আদ্যঋতু হলে - দুৰ্ভগা যোগ।
যাত্ৰা :- উত্তৰ দিশত  নাই।ঘ:- ৪/১৪/২  যোৱাত অগ্নি কোনত নাই।
 যোগিনী :- উত্তৰ দিশত।ঘ:- ৪/১৪/২  যোৱাত অগ্নি কোনত।
মৰণত দোষ:- পূৰ্ণ দোষ, ঘ: - ৪/১৪/২ যোৱাত ত্ৰিপদ। ৰা:ঘ:- ৯/৪/২৪ এপদ।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ, ঘ:- ৪/১৪/২   যোৱাত পটল খোৱা নিষেধ।

১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব,অৰ্থ লাভ হব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য কষ্ট বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, কৰ্ম ব্যস্ততা লাভ হব, যদিও আজি আপুনি সকলো দিশতে সজাগ আৰু সচেতন হৈ থাকাতো ভাল হব। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে কৰ্মক্ষেত্ৰত সামান্য সমস্যাৰ সৃষ্টি হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, ভ্ৰমণৰ সুযোগ লাভ হব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হব, মনত উৎসাহ বাঢ়িব, লগতে কৰ্মত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ধন সন্মান লাভ হব, প্ৰেমত শুভ হব, লগতে  আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত সজাগ নহলে সামান্য জতিলতা বাঢ়িব পাৰে, লগতে প্ৰেমত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা সুখ বাঢ়িব, বন্ধু লাভ হব, যদিও আজি আপুনি সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত মনত আনন্দ বাঢ়িব, ধন সন্মান লাভ হব, লগতে কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব,আত্মীয়ৰ আগমন হব যদিও আজি আপুনি শত্ৰুৰ পৰা সজাগ হৈ থাকিব। 

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত শুভ হব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব যদিও আপুনি আজি ঘৰুৱা আৰু পাৰিবাৰিক দিশত সজাগ সচেতন হৈ চলিব।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুযোগ লাভ হব, সম্পদ লাভ হব, যদিও আজি আপুনি সিদ্ধান্ত গ্ৰহণত সজাগ নহলে সামান্য খেলিমেলি হব পাৰে।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)