সাধাৰণ জ্ঞান-কুইজ

Rinku Rajowar
0
১.প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম কি?
উঃ ৰুক্মিমী হৰণ।
২.প্ৰথম অসমীয়া অনূদিত গ্ৰন্থখনৰ নাম কি?
উঃ যাত্ৰিকৰ যাত্ৰা।
৩.কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল?
উঃ দিলীপ কুমাৰ দত্ত।
৪.কাক ১৯৫৮চনত 'পদ্মশ্ৰী 'সন্মান আৰু ১৯৬৭চনত 'অলকানন্দা'ৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়?
উঃ নলিনীবালা দেৱী।
৫.অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা ব্যক্তিজনৰ নাম কি?
উঃ ফণী শৰ্মা।
৬.অসমীয়া সাহিত্যিৰ 'ৱাল্টাৰ স্কট' বুলি কাক আখ্যা দিয়া হয়?
উঃ ৰজনীকান্ত বৰদলৈ।
৭.চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উঃ বীৰপাল।
৮.কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰকী কোন?
উঃ ৰেণুকা দেৱী বৰকটকী।
৯.অসমৰ স্বাধীনতা আন্দোলনৰ নেতা,গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতে আৰু 'দেশভক্ত 'নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?
উঃ তৰুণ ৰাম ফুকন।
১০.অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উঃ  বসন্ত দাস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)