আজিৰ দিনটোৰ বিশেষত্ব-৩১ আগষ্ট

  আজি হ'ল ৩১ আগষ্ট; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৪৩ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১২২ তম দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহক---

✳️ আজি পোলেণ্ডৰ একতা আৰু স্বাধীনতা দিৱস।
✳️ আজি কাৰ্জিগিস্তানৰ স্বাধীনতা দিৱস।
✳️ আজি মালয় দেশৰ স্বাধীনতা দিৱস।
✳️ আজি ত্ৰিনিদাদৰ স্বাধীনতা দিৱস।
✳️ আজি ৰোমানিয়াৰ ভাষা দিৱস।
✳️ আজিৰ দিনটোতেই ১৭৭৬ চনত নিউ জাৰ্ছিৰ প্ৰথমজন গৱৰ্ণৰ উইলিয়াম লিভিংষ্টনে কাৰ্যকাল আৰম্ভ কৰে।
✳️ আজি দিনটোতেই ১৯০৭ চনত ৰাছিয়া আৰু ইংলেণ্ডে এংলো-ৰাছিয়ান চুক্তিত স্বাক্ষৰ কৰে।
✳️ আজিৰ দিনটোতেই ১৯৩৬ চনত বৰ্তমান চেক ৰিপাব্লিকৰ আনুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰণ কেন্দ্ৰ ৰেডিঅ' প্ৰ'গৰ আৰম্ভণি ঘটিছিল।
✳️ আজিৰ দিনটোতেই ১৯৫৬ চনত ভাৰতত ৰাজ্য পুৰ্নৰগঠন আইনৰ প্ৰণয়ন ঘটিছিল।
✳️ আজিৰ দিনটোতেই ১৯৭৭ চনত ভাৰতৰ লোকসভাই বৰ্তমান দীৰ্ঘতম অধিৱেশন (২২ ঘণ্টা) অনুষ্ঠিত কৰিছিল।
❇️ আজিৰ দিনটোতেই ১৯৭৭ চনত ৰাজকুমাৰী ডায়েনাৰ এক মটৰগাড়ী দুৰ্ঘটনাত মুত্যু হৈছিল।

📝 সংগ্ৰাহক- কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send