⭕১৫০৯ চনৰ আজিৰ দিনটোতে বিজয় নগৰৰ সম্ৰাট হিচাপে মহাৰাজ কৃষ্ণদেৱ ৰয়ৰ ৰাজ অভিশেষ।
⭕১৮১৫ চনৰ আজিৰ দিনটোতে ৱাৰ্টালু যুদ্ধত পৰাজিত আৰু বন্দী নেপোলিয়ন বোনাৰ্পাটক ছেণ্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল।
⭕১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল।
⭕১৯৫৫ চনৰ আজিৰ দিনটোতে পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সম্পৰ্কে আলোচনাৰ বাবে জেনভাত এখন আন্তৰ্জাতিক সন্মিলন আৰম্ভ হয়। এই সন্মিলনত প্ৰায় ৭২খন দেশৰ ১,২০০ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।
⭕১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰৰ অসামৰিক সন্মান ভাৰতৰত্ন আৰু পদ্ম সন্মান প্ৰদান অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছিল।
⭕১৯৮৫ চনৰ আজিৰ দিনটোতে ট্ৰম্বেত ভাৰতৰ সৰ্ববৃহৎ গৱেষণাকেন্দ্ৰ নিউক্লিয় ৰিয়েক্টৰ ‘ধ্ৰুৱ’ কাৰ্যক্ষম কৰা হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ