অসমীয়া কুইজ-২৯ আগষ্ট

পংখী মৰাণ
0
(১)মহাত্মা গান্ধীৰ পিতৃৰ নাম কি আছিল?

উত্তৰ:- কৰমচাঁদ গান্ধী।



(২) মহাত্মা গান্ধীৰ ৰাজনীনৈতিক গুৰুজন কোন?

উত্তৰ:- গোপাল কৃষ্ণ গোখলে।



(৩) কিমান চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল?

উত্তৰ:- ১৯২৪ চনত।



(৪) স্বৰাজ দল কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:- চি আৰ দাসে।



(৫) ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন?

উত্তৰ:- এৰিষ্ট'টল।



(৬) কেতিয়া ভাৰতত প্ৰথম দ্বৈত শাসন ব্যৱস্থা প্ৰচলন হৈছিল?

উত্তৰ:- ১৯১৯ চনত।



(৭) ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কমিটীৰ সভাপতি কোন আছিল?

উত্তৰ:- ড° বি আৰ আম্বেদকাৰ।



(৮) কোন তাৰিখে ভাৰতীয় সংবিধান গ্ৰহণ কৰা হয়?

উত্তৰ:- ২৬ নবেম্বৰ, ১৯৪৯ চনত।



(৯) ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনিত কৰিব পৰা সদস্যৰ সংখ্যা কিমান?

উত্তৰ:- দুই।



(১০) ৰাষ্ট্ৰ সংঘৰ প্ৰধান কাৰ্যালয় ক'ত?

উত্তৰ:- নিউয়ৰ্ক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)