দুৰ্ভগীয়া - অঞ্জনা শইকীয়া

Aditi Tanti
0
কণমানি ৰিয়াই মাকক বাৰে বাৰে আমনি কৰি কৰি সুধি ফুৰিছে "মা মোৰ লগৰ সকলোৰে জন্মদিন পাতে , নতুন নতুন কাপোৰ কিনে কেক কাটে কিন্তু মোৰ জন্মদিনৰ দিনা কিয় এনেকুৱা নকৰা ? কিয় তুমি দেউতাৰ ফটোৰ কাষত চাকি জ্বলাই কান্দা ?" কোৱানা মা কোৱাচোন...জীয়েকৰ কথাষাৰত যেন‌ সৰলাৰ বুকুৰ ভিতৰত উমি উমি জ্বলি থকা জুইকুৰা দপ্ দপ্ কৈ জ্বলি উঠিল । কোন সতেনো সৰলাই জীয়েকক কয় যে তাই জন্ম হোৱাৰ দিনাই দেউতাকক এদল দুৰ্বৃত্তই হানি-খুঁচি হত্যা কৰিলে ।
              তাই ৰিয়াক সজোৰে সাবটি দগ্ধ হৃদয়ৰ উত্তাপ ৰোধৰ চেষ্টা কৰিলে !!!
             
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)