Homeঅণুগল্প বিষ-দেৱশ্ৰী ওজা বৰা August 13, 2021 1 আজি পুৱাই সকলো কাম সুকলমে কৰি ৰীমাই অকনমান জিৰণি ল’ব বিচাৰিছিল ৷ ক’ৰ পৰা জানো তাই হঠাৎ চিঞৰ এটা শুনা পালে ৷ তাইৰ বুজিবলৈ বাকী নাথাকিল , সেইটো কিহৰ চিঞৰ ? বুকুখন বাৰুকৈয়ে বিষাইছিল তাইৰ ৷ আজিও মানে তাইৰ গিৰিয়েকে ৰুপাক অঘটনটো কৰিলে ৷ Tags: অণুগল্প দেৱশ্ৰী ওজা বৰা
বৰ ভাল লাগিল ।
ReplyDelete