বিষ-দেৱশ্ৰী ওজা বৰা

আজি পুৱাই সকলো কাম সুকলমে কৰি ৰীমাই অকনমান জিৰণি ল’ব বিচাৰিছিল ৷ ক’ৰ পৰা জানো তাই হঠাৎ চিঞৰ এটা শুনা পালে ৷ 
   
       তাইৰ বুজিবলৈ বাকী নাথাকিল , সেইটো কিহৰ চিঞৰ ? বুকুখন বাৰুকৈয়ে বিষাইছিল তাইৰ ৷ আজিও মানে তাইৰ গিৰিয়েকে ৰুপাক অঘটনটো কৰিলে ৷

1 Comments

Previous Post Next Post