জীৱন বাটত এখোজ আগুৱাই পিছ থমকি ৰৈ যাওঁ।
পিছে কিয়?....
কেতিয়াবা আহে কিছু সময়, সকলোৰে বাবে এক যোগ্য।
কিন্তু সময়ে গতি দিশ সলায়,
এৰা এক সপোন, কিন্তু দিঠক নহয়।
সেয়ে চাগে কিছু সময়ে আমাক কাৰাবন্দী সজায়,
জীৱনৰ সপোন বাটত।
আহে কেতিয়াবা এনে নিষ্ঠুৰ সময় দিঠকৰ সপোন বাটত।
যাৰ বাবে এখোজ আগুৱাই গৈ আমি পিছ থমকি ৰৈ যাওঁ।
সেই বাবেই চাগে জীৱনটো আমাৰ বাবে হৈ পৰে অসাৰ।
যাৰ বাবে আমি চিৰদিনলৈ হৈ পৰোঁ নিৰাশা।।