সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
১. ভাৰতৰ প্ৰথমটো বন চিকিৎসা কেন্দ্ৰ ক'ত আছে?
 ➖ উত্তৰাখণ্ড।
২. কাগজবিহীন বাজেট প্ৰস্তুত কৰা ভাৰতৰ প্ৰথম ৰাজ্য কোনখন?
➖ উত্তৰপ্ৰদেশ।
৩. ভাৰতৰ প্ৰথমটো কেন্দ্ৰীয় বাতানুকুল ৰেলৱে টাৰ্মিনেল ক'ত স্থাপন কৰা হ'ব?
➖ বেংগালুৰু।
৪. ভাৰতৰ প্ৰথমটো সামুদ্ৰিক মধ্যস্থতা কেন্দ্ৰ ক'ত স্থাপন কৰা হ'ব?
➖ গান্ধীনগৰ।
৫. ভাৰতৰ প্ৰথম ইথানল প্লাট ক'ত আছে?
➖ ছত্তিশগড়।

সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)