আৰ্তনাদ-প্ৰণৱ চক্ৰৱৰ্তী

চিঞৰবোৰ ক্ৰমান্বয়ে
সৰু হৈ আহিছে,
গৰম তেজবোৰ
ঠাণ্ডা কৰাৰ প্ৰয়াস চলিছে
অহৰ্নিশে৷
প্ৰতিবাদৰ বজাৰত
অসংখ্য বেপাৰী,
ক্ৰেতা এজনেই
যি সকলো বেপাৰীৰ চিনাকি৷
আমিবোৰ অসহায়
আমিবোৰ ভীৰু
আমিবোৰেই দৰ্শক
সময়ৰ... 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send