১৫ ছেপ্তেম্বৰ- আজিৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
২৯ভাদ , বুধবাৰ,ইং ১৫চেপ্তেম্বৰ,
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/১১/৩৬,সূৰ্য্যাস্ত ঘ:৫/২৬/১৬

ৰাশি :-  ধনু ৰাশি।
তিথি :- শুক্লা নৱমী। আ:ঘ:- ১২/২৫/১১ লৈ।
নক্ষত্ৰ :-  মুলা। ঘ:- ৮/৩/৪৪লৈ।
শুভ সংখ্যা :- ২/৫
শুভ ৰং :- বগা/ গোলপীয়া ৰং ।
আদ্যঋতু হলে :- প্ৰতিহীনা  যোগ।
যাত্ৰা :- পূৱ দিশত নাই ।ঘ:- ১২/২৫/১১ যোৱাত উত্তৰ দিশত নাই।
 যোগিনী :- পূৱ দিশত ।ঘ:- ১২/২৫/১১ যোৱাত উত্তৰ দিশত।
মৰণত দোষ:- নাই।
ভক্ষাভক্ষ্য :-  লাও  খোৱা নিষেধ,ঘ:- ২২/২৫/১২ যোৱাত কলমৌ খোৱা নিষেধ ।
                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মতক্ষেত্তত শুভ হব, লগতে বন্ধু লাভ হব যদিও সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হব যদিও সজাগ নহলে সামান্য কৰ্মত বিৰোধিতাৰ সন্মুখীন হব পাৰে লগতে আজি আপোনাৰ সামান্য ঘৰুৱা চিন্তা ৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিক্ষাৰ্থী সকলৰ শুভ হব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও আপুনি আজি কৰ্মতক্ষেত্তত সামান্য জতিলতা বাঢ়িব পাৰে লগতে আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হব। 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ঘৰুৱা দিশত উন্নতি হব, আৰ্থীক দিশত উন্নতি হব, লগতে আজি আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, সন্তান সুখ  বৃদ্ধি হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত শান্তি লাভ হব, সুখ বৃদ্ধি হব, লগতে প্ৰেমত আনন্দ লাভ হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, শিল্পী সকলৰ শুভ হব, যদিও আপুনি আজি  কৰ্মক্ষেত্ৰত সজাগ সচেতন হৈ চলিব। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুযোগ লাভ কৰিব, পাৰিবাৰিক সুখ বৃদ্ধি হব যদিও আজি আপুনি সজাগ নহলে অৰ্থা আগমনত সামান্য হ্ৰাস  হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সন্মান লাভ হব, উত্তম ভোজন লাভ হব, লগতে আজি আপোনাৰ বন্ধু লাভ হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ সুখ বৃঈ হব যদিও আজি আপোনাৰ মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি শৰীৰৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)